বোকাজানত Strongman Deadlift প্ৰতিযোগিতা

Uncut Bhaskar 8 Views
বোকাজানত Strongman Deadlift প্ৰতিযোগিতা, অংশগ্ৰহণ প্ৰায় ২০গৰাকী প্ৰতিযোগীৰ 💪 কাৰ্বি আংলঙৰ বোকাজানত Get Fit Academyৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় সংখ্যক Strongman Deadlift প্ৰতিযোগিতা। দুটা পৃথক শাখাত প্ৰতিযোগীসকলে প্ৰদৰ্শন কৰিলে নিজৰ শাৰীৰিক শক্তি আৰু সহনশীলতা। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপ'ৰ্ট focus axom 24 #FOCUSaxom24 #bigbrakingnews #followers #nofollower #asssamesenews

Comments

Latest Videos