গোলাঘাটত ১৪২ চি আৰ পি এফ কেম্পত তিনিদিনীয়া কাবাডী

Uncut Bhaskar 2 Views
গোলাঘাটত ১৪২ চি আৰ পি এফ কেম্পত তিনিদিনীয়া কাবাডী প্ৰতিযোগিতাৰ শুভাৰম্ভ গোলাঘাটৰ জোনাকী নগৰস্থিত ১৪২ চি আৰ পি এফ কেম্পত আজি আৰম্ভ হয় তিনিদিনীয়া কাবাডী প্ৰতিযোগিতা। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ১৪২ বেটেলিয়নৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া। গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ'ৰ্ট Focus axom 24 #Cmoassam #crpf #centralreservepoliceforce #news #focusaxom24

Comments

Latest Videos