গোলাঘাটৰ বৰজানত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না!
🔴 GOLAGHAT BREAKING NEWS
গোলাঘাটৰ বৰজানত ভ/য়ং/কৰ পথ দু/ৰ্ঘ/ট/না! এজন যুৱকৰ মৃ/ত্যু/, আহত তিনিজন
বৰজানৰ ৰাধা-কৃষ্ণ মন্দিৰৰ সমীপত দুখন মটৰ চাইকেলৰ মুখামুখি সং/ঘ/ৰ্ষ। ঘটনাস্থলীতে মৃ/ত্যু/ যোৰহাটৰ সুজয় দাসৰ। আ/হ/ত/সকলক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।
📍 গোলাঘাটৰ পৰা চিতা চুমু দত্তৰ ৰিপ’ৰ্ট।
focus axom 24
#Golaghat #BreakingNews #AssamNews #RoadAccident #topfans #focusaxom24
Sign in to join the conversation.
Sign in with Google
Comments