কাৰ্বি আংলঙৰ লৰিংথেপিত ফুটবলৰ ৰোমাঞ্চ!
⚽ কাৰ্বি আংলঙৰ লৰিংথেপিত ফুটবলৰ ৰোমাঞ্চ!
ছানৰাইজ ক্লাবৰ দ্বিতীয় বাৰ্ষিক গ্ৰীষ্মকালীন ফুটবল প্ৰতিযোগিতা–২০২৬ৰ সামৰণি। চূড়ান্ত খেলত এভাৰগ্ৰীনক ৪–১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে বিৰূপাৰা এফ চিয়ে। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে মুঠ ১৬টা দলে।
📍 ডকমকাৰ পৰা ৰোহি দাসৰ ৰিপ’ৰ্ট।
#KarbiAnglong #FootballTournament #BirupuraFC #AssamSports #FocusAxom24
Sign in to join the conversation.
Sign in with Google
Comments