আৱেগিক আহ্বান জুবিনপত্নী গৰিমা শইকীয়া গাৰ্গৰ
“জীৱনৰ সকলো হেৰুৱালোঁ, কিন্তু আপোনালোকৰ মৰমৰ বাবেই জীয়াই আছোঁ, ন্যায়ৰ বাবে যুঁজি আছোঁ”
জুবিনক্ষেত্ৰৰ প্ৰতিবাদস্থলীৰ পৰা আৱেগিক আহ্বান জুবিনপত্নী গৰিমা শইকীয়া গাৰ্গৰ। পৰিয়ালৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰা লোকক প্ৰশ্ৰয় নিদিবলৈ ৰাইজক আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে।
আছিক আহমেদৰ ৰিপৰ্ট
focus axom 24 CMO Assam Akhil Gogoi
#facebookpost #everyonefollowers #viralpost #Zubeengarg #focusaxom24 #CMOAssam #AkhilGogoi
Sign in to join the conversation.
Sign in with Google
Comments