নগাঁৱৰ নৱ নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাৰ মহানুভৱতা
নগাঁৱৰ নৱ নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাৰ মহানুভৱতা। পথ দু*ৰ্ঘ*ট*না*ত আ*হ*ত এজন লোকক উদ্ধাৰ কৰি নিজে বোকোচাত লৈ প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ।
অৱস্থাত পথৰ পৰা উঠাই আহত লোকজনক নিজৰ লগত যোৱা বহেনেৰেই প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ।
নিজৰ বাহনৰ পৰা নামি আহত লোকজনক উদ্ধাৰ কৰি মানৱতাৰ পৰিচয় দিলে সাংসদ দেৱাশীষ শৰ্মাই।
BJP Assam Pradesh CMO Assam Himanta Biswa Sarma focus axom 24
#highlightseveryone #follower #nonfollowers #facebookviral #BJPAssamPradesh #CMOAssam #HimantaBiswaSarma #focusaxom24
Sign in to join the conversation.
Sign in with Google
Comments